ছয়গাঁও: ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰমাকান্ত ৰাভাৰ বাসগৃহত উপস্থিত হয় মেয়ৰ মৃগেন শৰণীয়া
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰমাকান্ত ৰাভাৰ বাসগৃহত উপস্থিত হয় গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। উল্লেখযোগ্য যে ৰমাকান্ত ৰাভাৰ পিতৃৰ বিয়োগৰ খবৰ লোৱাৰ উদেশ্য তেওঁ উপস্থিত হয়।