চাবুৱা: ডিকমত আৰক্ষীক গণপ্ৰহাৰ কৰা কিৰণ মুড়া সহ তিনিজনক আটক, গণপ্ৰহাৰৰ বলি হোৱা এগৰাকী আৰক্ষী যোৱানে বৰ্ণনা কৰে সমগ্ৰ ঘটনা
Chabua, Dibrugarh | Aug 4, 2025
লাহোৱালৰ ডিকমৰ কডমনীত আৰক্ষীক গণপ্ৰহাৰ কৰা তিনিজনক আটক কৰিছে ডিকম আৰক্ষীয়ে। গণপ্ৰহাৰত আহত হোৱা এগৰাকী আৰক্ষী যোৱানে আজি...