গৰৈমাৰী: জোৰশিমুলীৰ চৌতাৰা বজাৰত দুখনকৈ দোকানত চুৰিকাণ্ড, প্ৰায় ৩০-৩৫ লাখ টকাৰ সামগ্ৰী লুটি নিলে চোৰে, থানাত এজাহাৰ দাখিল
Goroimari, Kamrup | Aug 7, 2025
দক্ষিণ কামৰূপৰ জোৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন চৌতাৰা বজাৰত চুৰিকাণ্ড। দুখনকৈ দোকানত চোৰে চলালে চাফাই অভিযান। প্ৰায়...