ঢেকিয়াজুলি ভাগ: ৭ দফীয়া দাবীৰে নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ
Dhekiajuli Part, Sonitpur | Sep 4, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি চাহ বাগিছাৰ খেলপথাৰত আজি উপস্থিত হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা...