ঢেকিয়াজুলি ভাগ: পিৰাকটা জামুগুৰি গাঁৱত আজিৰে পৰা অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূজা
ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ পিৰাকটা জামুগুৰি গাঁৱত সোমবাৰে সন্ধিয়া ৬ বাজি ১৫ মিনিটৰ পৰা অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূজা ৷ উল্লেখ্য যে বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ পিৰাকটা জামুগুৰি গাঁৱত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূজা ৷আজি এক উদুলিমুদুলি পৰিবেশ পিৰাকটা জামুগুৰি গাঁৱত শুভাৰম্ভ কৰা শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূজাত ৷