ধেমাজি: বৰদলনিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ ৫৭৭ সংখ্যক প্ৰবিত্ত শংকৰ উৎসৱ উদযাপন
বৃহস্পতি বাৰে দিনৰ ১২ বজাত বৰদলনিত ৫৭৭ সংখ্যক প্ৰবিত্ত শংকৰ উৎসৱ উদযাপন আজি প্ৰবৃত্ত আহিন মাহ আজি বিশ্ব গুৰু মহা পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনা ৫৭৭ জন্ম জয়ন্তী ৰাজ্যৰ লগতে বৰদলনি ঘটা মিছা মাৰি নাম ঘৰটো ৰাজহুৱা ভাৱে দিন যোৱা কাৰ্যসূচীয়ে অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত পুৱা প্ৰভাত ফেৰী, পতাকা উত্তোলন