খুমটাই: জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা মঙ্গলবাৰে ৰাজ্যৰ চাহ বাগিচা সমূহ বন্ধ ঘোষণা আটছাৰ,শাওতলীত আদৰণি খুমটাই আটছাৰ
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত মঙ্গলবাৰে ৰাজ্যৰ চাহ বাগিচা সমূহ বন্ধ ঘোষণা আটছাৰ। সোমবাৰে বিয়লি প্ৰায় ৪ মান বজাত শাওতলীত আদৰণি খুমটাই আটছাৰ।উল্লেখ্য যে, জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পিছত চতুৰ্থটো দিনতো স্তব্ধ হৈ পৰিছে ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা। ২৩ ছেপ্টেম্বৰত হাৰ্থথ্ৰৱ জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। তাৰ পৰিপ্ৰেক্ষিতত আটছা কেন্দ্ৰীয় সমিতিয়ে অসমৰ সমূহ চাহ বাগিচালৈ এক নিৰ্দেশনা যোগে মঙ্গলবাৰে বন্ধৰ জাননী প্ৰেৰণ কৰিছে।