চিচিবৰগাঁও: 'সম কামৰ সম মৰ্যদা দিয়াৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰক চৰকাৰে', গোগামুখত অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদ মেল
সম কামৰ সম মৰ্যদা দি চাকৰী নিয়মীকৰণৰ দাবীৰে গোগামুখত অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল সম কামৰ সম মৰ্যদা দি চাকৰী নিয়মীকৰণৰ দাবী সংস্থাটোৰ।সংবাদ মেল সম্মোধন কৰি ফিক্স প্যেৰ বিপৰীতে অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ নিয়মীয়া কৰ্মচাৰী হিচাপে উন্নীতকৰণৰ দাবী সদৌ অসম সদ্য প্ৰাদেশীকৃত মাধ্যমিক ও উচ্চ প্ৰাথমিকৰ অনা- শিক্ষক কৰ্মচাৰী সন্থাৰ।