Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

ঢেকিয়াজুলি ভাগ: প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত যান-জঁট সৃষ্টি কৰাত ৰাজপথৰ পৰা অটো আৰু ই-ৰিস্কা জব্দ

প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত যান-জঁট সৃষ্টি কৰাত শুক্ৰবাৰে বিয়লি ৪ বজাত ৰাজপথৰ পৰা অটো আৰু ই-ৰিস্কা মিলাই প্ৰায় ৫০ খন বাহন জব্দ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য সমাগত দুৰ্গা পূজাৰ প্ৰতি নজৰ ৰাখি ঢেকীয়াজুলি নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অটো আৰু ই-ৰিস্কা চলাচল যোৱাকালিৰে পৰা বদ্ধ কৰিছিল প্ৰশাসনে ৷ ঢেকীয়াজুলি সম-জিলা আৰক্ষী প্ৰশাসনে নিৰ্দেশ জাৰি কৰাৰ পিছতো একাংশই বিষয়টো গুৰুত্ব নিদি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টহল দি যান-জঁটৰ সৃষ্টি কৰে৷

MORE NEWS