সোণাৰি: গুৱালাপথাৰত বনৰীয়া হাতীয়ে ভাঙিলে এটা বাসগৃহ, অসহায় ভুক্তভোগী পৰিয়াল, লণ্ডভণ্ড কৰিলে ঘৰৰ আচবাব
Sonari, Charaideo | Sep 7, 2025
সোণাৰি বন্যহস্তীৰ উপদ্ৰৱ,বন্যহস্তীৰ উপদ্ৰৱত লণ্ডভণ্ড বাসগৃহ।চৰাইদেউ জিলাৰ গুৱালাপথাৰত উপদ্ৰৱ চলালে বন্যহস্তীয়ে।...