দেৰগাঁও: অৱহেলিত অগপৰ কৰ্মকৰ্তা সকল, প্ৰধানমন্ত্ৰী জনসভালৈ যোৱা বাহনত উঠাত বাধা প্ৰদানৰ অভিযোগ,দেৰগাঁৱত ক্ষোভ অগপ নেতা-কৰ্মীৰ
Dergaon, Golaghat | Sep 14, 2025
অৱহেলিত অগপৰ কৰ্মকৰ্তা সকল। প্ৰধানমন্ত্ৰী জনসভালৈ যোৱা বাহনত উঠাত বাধা প্ৰদানৰ অভিযোগ। দেৰগাঁৱত দেওবাৰে দিনৰ প্ৰায় ১...