গুৱাহাটী: পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা চিএম ভিজিলেন্সৰ কাৰ্যালয়লৈ লৈ যোৱা হ'ল এচিএছ বিষয়া নুপুৰ বৰাক
মঙলবাৰে পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা চিএম ভিজিলেন্সৰ কাৰ্যালয়লৈ লৈ যোৱা হ'ল এচিএছ বিষয়া নুপুৰ বৰাক লৈ যোৱা হ’ল CM ভিজিলেন্সৰ কাৰ্যালয়লৈ। সুৰজিৎ ডেকাকো নিয়া হ’ল CM ভিজিলেন্সৰ কাৰ্যালয়লৈ।