Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

সোণাৰি: চৰাইদেউ বৰহত ভয়াবহ দূৰ্ঘটনা,আৰক্ষীৰ বাহনে বাইক আৰোহীক মহতিয়াই নিয়াৰ অভিযোগ,আহটক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ

Sonari, Charaideo | Sep 25, 2025
চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত বৰহত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দিনটোত বাইক আৰোহী দুজন যুৱক গুৰুত্বৰ ভাৱে আহত। আহতক ততাতৈয়াকৈ ৰজাপুখুৰীস্থীত জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনা অনুসৰি নিশা বৰহ চাৰিআলিৰে দুজন যুৱক নিজৰ বাইকখন লৈ গৈ থাকোঁতে এখন তীব্ৰ বেগী পেচিঞ্জাৰ বলেৰো বাহনে বাইকখনত প্ৰচণ্ড খুন্দা মৰাত এই দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনা সংঘটিত কৰা বাহন খনে বাইকখন মহতিয়াই পথত পৰি থকা যুৱক দুজন ক্ৰমে ৰমেন কুৰ্মী আৰু জিতু দাসক তেনেকৈয়ে পেলাই

MORE NEWS