তিনিচুকীয়া: ন পুখুৰী স্থিত টি ডি এ বাছ আস্থানৰ শোচনীয় পৰিৱেশত অতিষ্ঠ জনগণ, সমস্যা সমাধানৰ আহ্বান চৰকাৰলৈ #jansamasya
Tinsukia, Tinsukia | Aug 7, 2025
তিনিচুকীয়াৰ ন পুখুৰীৰ বাছ আস্থানৰ দুৰৱস্থাই উদঙাই দিলে উন্নয়নৰ শ্লোগান দিয়া শাসনাধিষ্ঠ চৰকাৰৰ ফুফুলা স্বৰূপ । আৱৰ্জনাৰে...