সোণাৰি: নাফুকত জিলা সমিতিৰ উপস্থিতত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ চফ্ৰাই আঞ্চলিক সমিতিখন পূৰ্ণাঙ্গৰূপত গঠন
আজি চৰাইদেউ জিলাৰ সোণাৰিৰ নাফুকত গৰীয়া জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ অধীনত চফ্ৰাই আঞ্চলিক সমিতিখন দেওবাৰে বিয়লি পূৰ্ণাংগ ৰূপে গঠন কৰা হয়। ইমদাদূল হুছেইনক সভাপতি আৰু ৱাজিদূৰ ৰহমানক সম্পাদক হিচাপে লৈ ২১ জনীয়া আঞ্চলিক সমিতিখন গঠন কৰা সভাত জিলা সভানেত্ৰী ৱাজিদা বেগম, কাৰ্যকৰী সভাপতি চামিৰ আহমেদ, সম্পাদক আব্দুল হাচিম উল্লাহ, কাৰ্যকৰী সভাপতি চাজিদুৰ ৰহমান আৰু সাংগঠনিক সম্পাদক ৰফিকুল হুছেইন উপস্থিত থাকে।জিলাখনৰ স্থানীয় সামাজিক, সাংস্কৃতিক, আৰু অর্থনৈতিক বিকাশৰ হকে