বিশ্বনাথ: ঘিলাধাৰী নদীত সন্ধানহীন ১১বছৰীয়া শিশুক বিছাৰি SDRF আৰু NDRF দলৰ উদ্ধাৰ অভিযান
বিশ্বনাথ ঘিলাধাৰী নদীত সন্ধানহীন হৈছে এটি ১১বছৰীয়া শিশু। কালি বিয়লিৰ ভাগত দলংগুৰিৰ ঘিলাধাৰী নদীত গা ধুব লৈ বুলি পানীত নামিছিল শিভম পানিকা নামৰ শিশুটি।এই ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখি SDRF আৰু NDRF দলক উদ্ধাৰ অভিযানৰ বাবে ব্যৱস্থা কৰিছে।পুনৰ আজি পুৱা ভাগৰেপৰা SDRF আৰু NDRF দলটো নদীত নামি তীব্ৰতাৰে উদ্ধাৰ অভিযান চলাইথকা হৈছে ।