সোণাৰি: বিজেপিয়ে কেৱল হিন্দু মুছলমানৰ শ্লোগানেৰে সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি বৰহাটত মন্তব্য প্ৰদান কৰিলে বিধায়ক অখিল গগৈয়ে
Sonari, Charaideo | Aug 31, 2025
বৰহাটৰ বৰপথাৰ, পইতাখাতত ৰাইজৰ দলৰ জাতীয় জন জাগৰণ যাত্ৰাত উপস্থিত ৰাইজৰ দ'লৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈ। এই অনুষ্ঠানত...