বিশ্বনাথ: মধুপুৰলৈ যোৱা অৰ্ধ নিৰ্মিত এটা মূল পথৰ বাবে যমৰ যাতনাত ভুগিছে শ-শ জনতা, নিৰ্বিকাৰ লোকনিৰ্মাণ বিভাগ #jansamasya
Biswanath, Biswanath | Aug 22, 2025
বিশ্বনাথ চাৰিআলিৰ পৰা কলেজ ৰোড হৈ আৰু জিলা আয়ুক্ত কাৰ্যালয় তথা কোৰ্ট হৈ মধুপুৰ যোৱা যি পথ । সেই পথ অতিকৈ জৰাজীৰ্ণ...