নাজিৰা: গেলেকীত নিশা দুস্কৃতিকাৰীৰ তাণ্ডৱ,দুষ্কৃতিকাৰীয়ে ভাঙিলে গেলেকী নাট্যমন্দিৰৰ নিৰ্মীয়মান চাৰি সীমাৰ পকী দেৱাল
Nazira, Sivasagar | Aug 23, 2025
গেলেকী নাট্য মন্দিৰৰ নিৰ্মীয়মান চাৰি সীমাৰ পকী দেৱাল নিশা ভাঙিলে অচিনাকী দুস্কৃতিকাৰীয়ে। নাজিৰা সমষ্টিৰ বিধায়ক পূঁজিৰ...