উত্তৰ লক্ষীমপুৰ: আহুচাউল গাঁৱৰ ৰঙ্গমঞ্চত জিলাভিত্তিত কংগ্ৰেছৰ দলীয় সভা অনুষ্ঠিত, উপস্থিত থাকে অসম প্ৰদেশ মহিলা কংগ্রেছৰ সভানেত্রী
North Lakhimpur, Lakhimpur | Aug 17, 2025
লখিমপুৰত কংগ্রেছৰ বিশাল সভা । ২০২৬ ৰ নিৰ্বাচনলৈ সাজু কংগ্রেছ । ২৬ ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ওফৰাই দিব কংগ্রেছে...