বৰভাগ: নলবাৰীৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জুবিন অনুৰাগীয়ে জনালে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ নলবাৰীত ৫ হাজাৰৰ অধিক বন্তি জলাই শ্ৰদ্ধাঞ্জলি ।নলবাৰীৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহত্তৰ বৰভাগকে ধৰি ভিন্ন প্ৰান্তৰ জুবিন অনুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি ।