বিজনী ভাগ: বিকল্প ব্যৱস্থা নকৰাকৈ অমানৱীয় উচ্ছেদ বন্ধৰ দাবীত চাৰাগাঁৱত চিপিআইএমৰ বিজনী আঞ্চলিক কমিটীৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ
Bijni Part, Chirang | Jul 28, 2025
চিৰাঙৰ চাৰাগাওঁত CPIM ৰ বিজনী আৰু দাৰাংগা আঞ্চলিক কমিটীৰ উদ্যোগত দুই ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ,বিকল্প...