বিশ্বনাথ: সাধাৰু নদীৰ বাঢ়নি পানীয়ে দ-গেৰেকী গাঁও শশ লোক বানৰ কবলত, ভুক্তভোগীৰ প্ৰতিক্ৰিয়া #jansamasya
বিশ্বনাথতৰ দ-গেৰেকীৰ নদীৰ বাঢ়নি পানীয়ে বুৰালে গ্ৰামাঞ্চল নেৰানেপেৰা বৰষুণৰ ফলত বিশ্বনাথৰ বহু অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে। কালি নিশাৰ পৰা হোৱা নেৰানেপেৰাথ বৰষুণৰ ফলত বিশ্বনাথৰ কেইবাখনো সৰু সৰু নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই। এইয়া হৈছে বিশ্বনাথৰ দ- গেৰেকীৰ পৰিৱেশ। সাধাৰু নদীৰ বাঢ়নি পানীয়ে দ-গেৰেকী গাঁও খন বুৰাই পেলাইছে। প্ৰায় ৫ শ লকৰ ঘৰত সোমাইছে নদীৰ পানী।