গুৱাহাটী: জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পুনৰ পুৱা মৰণোত্তৰ পৰীক্ষা কৰা হব বুলি গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত সদৰী মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পুনৰ পুৱা মৰণোত্তৰ পৰীক্ষা কৰা হব বুলি সোমবাৰে গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে।ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সহাৰি জনাই অসম চৰকাৰে সকলোৰে হাৰ্টথ্ৰ' জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পুনৰ মংগলবাৰে পুৱা মৰণোত্তৰ পৰীক্ষা কৰিবলৈ আগবাঢ়িছে বুলি সোমবাৰে সন্ধিয়া অনুষ্ঠিত সংবাদমেলৰ যোগেদি এই কথা অৱগত কৰিছে মুখ্যমন্ত্ৰীয়ে।