ছয়গাঁও: বাঘেশ্বৰী দূৰ্গা পূজাত উপস্থিত সাংসদ বিজুলী কলিতা মেধী।
সমগ্ৰ অসমতে অনুষ্ঠিত হৈছে দুৰ্গা পূজা। তাৰ সমান্তৰাল ভাৱে অসমৰ ভিতৰতে এখন ঐতিহাসিক দুৰ্গা পুজা হৈছে ছয়গাঁৱৰ বাঘেশ্বৰীত অনুষ্ঠিত হোৱা দুৰ্গা পূজা। আজি সন্ধিয়াৰ ভাগত সাংসদ বিজুলী কলিতা মেধী উপস্থিত হৈ ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে।