বাক্সা: বাক্সা জিলাৰ চাৰিটা সমষ্টিত জয়ী হব বুলি কয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
Baska, Baksa | Sep 25, 2025 কাইলৈ ঘোষণা হ'ব বিটিচি নিৰ্বাচনীৰ ফলাফল আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰে যে বাক্সা জিলাৰ ৫ টা সমষ্টিৰ মাজতে চাৰিটা সমষ্টিত জয়ী হোৱা নিশ্চিত আৰু ইয়াৰ মাজতে মথনগুৰী পৰিষদীয় সমষ্টিটো জয়ী হ'ব বুলি কয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।