পলাশবাৰী: উপৰহালীত কাতি বিহু উদযাপন, উপস্থিত থাকে কৃষি বিভাগৰ বহুত বিষয়া।
অসমীয়াৰ বাপতি সাহোন কঙালী বিহু উপলক্ষে, ভাৰতীয় জনতা পাৰ্টী দক্ষিণ কামৰূপ জিলাৰ সন্মানীয় জিলা সভাপতি শ্ৰীযুত অঞ্জন গোস্বামী ডাঙৰীয়া ৰ লগতে অসম চৰকাৰৰ কৃষি বিভাগৰ সন্মানীয় বিষয় ববীয়া সকল আৰু দলৰ সন্মানীয় কাৰ্যকৰ্তা সকলে ,কৃষিবিভাগ অসমৰ সৌজন্যত, গুৱাহাটী মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত , দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত, উপৰহালী বালিকা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজিত কাতি বিহু উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।