গুৱাহাটী: 'ৰঙালী ফেষ্টিভেলৰ নামত বিজতৰীয়া সংস্কৃতি মেলিছে শ্যামকানুৱে,বশিষ্ঠত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
বৃহস্পতিবাৰে শ্যামকানু মহন্তক লৈ বশিষ্ঠত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। ‘ৰঙালী ফেষ্টিভেলৰ নামত বিজতৰীয়া সংস্কৃতি মেলিছে শ্যামকানুৱে’।‘এবাৰ মই জজ ফিল্ডত শ্যামকানুৰ অনুষ্ঠানলৈ গৈছিলো’। ‘মঞ্চৰ পৰা ‘গাহৰি গাহৰি’ চিঞৰা শুনি গেটৰ পৰাই উভটি আহিলো’। ‘যোৱা লোকসভা নিৰ্বাচনত বিজেৰিৰ বিৰোধিতা কৰিছিল শ্যামকানুৱে।