জলহ ভাগ: নিমুৱাত আজিৰে পৰাই শুভ উদ্বোধন হ'ল নিমুৱা মডেল হস্পিতাল। শুভ উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰী আশোক সিংঘলে
Jalah Part, Baksa | Aug 16, 2025
আজি শনিবাৰ ৫ বজাত বাক্সাৰ নিমুৱাত আজিৰে পৰাই শুভ উদ্বোধন হ'ল নিমুৱা মডেল হস্পিতাল। শুভ উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰী...