গুৱাহাটী: ৰেগিঙক কেন্দ্ৰ কৰি মহানগৰীৰ শিক্ষা প্ৰতিষ্ঠানত মাৰপিট,চিকিৎসাধীন এজন ছাত্ৰ,গুৱাহাটীত মন্তব্য ডিচিপি মৃণাল ডেকাৰ মন্তব্য
Guwahati, Kamrup Metropolitan | Sep 12, 2025
ৰেগিঙক কেন্দ্ৰ কৰি মহানগৰীৰ শিক্ষা প্ৰতিষ্ঠানত ভয়ংকৰ মাৰপিট। সংকটজনক অৱস্থাত চিকিৎসাধীন এজন ছাত্ৰ। শুকুৰবাৰে গুৱাহাটীত...