মৰাণ: মৰাণ নগৰৰ মাজমজিয়াৰ পৰা স্কুটী চুৰি কৰি পলায়ন কৰা গভাইত চোৰক নিজৰ জিম্মাত ল'লে মৰাণহাট আৰক্ষীয়ে
Moran, Dibrugarh | Sep 10, 2025
মৰাণৰ মাজমজিয়াত থকা পাহি অফচেট প্ৰেছৰ সন্মুখত সোমবাৰে চুৰি হৈছিল স্কুটী। দিন- দুপৰতে চোৰে স্কুটীখন চুৰি কৰি লৈ যায়।...