নগাঁও: কলিয়াবৰত কয়লাভৰ্তি ট্ৰাক দুর্ঘটনাগ্ৰস্ত, কলিয়াবৰ তিনিআলি ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুর্ঘটনাটো
Nagaon, Nagaon | Jul 24, 2025
কলিয়াবৰত কয়লা ভৰ্তি ট্ৰাক দুর্ঘটনাগ্ৰস্ত । কলিয়াবৰ তিনিআলি ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই দুর্ঘটনাটো ।...