উত্তৰ গুৱাহাটী ভাগ: বাইহাটাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী,গোৱালপাৰাত নিৰ্যাতিতা ছাত্ৰীৰ বাবে ন্যায় বিচাৰি প্ৰতিবাদ
সোমবাৰে বাইহাটা চাৰিআলিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। বাইহাটা চাৰিআলিৰ নগাঁও শাখাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সদস্য সকলে সাৱ্যস্ত কৰে এই প্ৰতিবাদ। গোৱালপাৰাত নিৰ্যাতিতা ছাত্ৰীৰ ন্যায়ৰ দাবীত এনেদৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ।