মঙলদৈ ভাগ: মঙলদৈ বাঘপৰি চাপৰিত ৰাইজে আটক কৰিলে ড্ৰাগছ ব্যৱসায়ীক, ৪৩ টা প্লাষ্টিক কন্টেনাৰ আৰু নগদ ১,০০০ টকা জব্দ
Mangaldoi Part, Darrang | Jul 26, 2025
মঙলদৈৰ বাঘপৰি চাপৰিত ৰাইজে আবদ্ধ কৰিলে ড্ৰাগছ ব্যৱসায়ীক।। প্ৰথমে স্থানীয় ৰাইজে তিনি গৰাকী ড্ৰাগছ ব্যৱসায়ীক আৱদ্ধ...