আজাৰা: গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হল গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ প্ৰথম খন বৈঠক
গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি (PAC)ৰ প্ৰথম খন বৈথক আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰন সম্পাদক তথা গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটিৰ তত্বাবধায়ক প্ৰদ্যুৎ কুমাৰ ভুঞা অধ্যক্ষতাত উক্ত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সভাখন অনুষ্ঠিত হয়।