বাক্সা: মথনগুৰী পৰিষদীয় সমষ্টিৰ ঘোৰামাৰাত AIUDF ৰ নিৰ্বাচনী সভা অনুষ্ঠিত
Baska, Baksa | Sep 15, 2025 মথনগুৰী পৰিষদীয় সমষ্টিৰ ঘোৰামাৰাত AIUDF ৰ নিৰ্বাচনী সভা অনুষ্ঠিত । আজি ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কুৰপান আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ বিধায়ক মজিবৰ ৰহমান , AIUDF দলৰ সামাজিক মাধ্যমৰ অধ্যক্ষ ফাৰহাদ আলী আদি কৰি বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে আজি নিৰ্বাচনী সভাত উপস্থিত থাকে । আজিৰ নিৰ্বাচনী সভাত মথনগুৰ সমষ্টিৰ ঘোৰামাৰাত পাঁচ শতাধিকলোকৰ অধিক লোক উপস্থিত থাকে ।