শদিয়া: শদিয়াৰ কুণ্ডিল নৈত গা ধুই থাকোতে দুগৰাকী সমনীয়া নদীত ডুব যোৱাৰ পৰা বচাব লওঁতে সলিল সমাধি এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী
Sadiya, Tinsukia | Jul 12, 2025
শদিয়াৰ পাঁচ মাইলত অঘটন শনিবাৰে দুপৰীয়া ভাগত চাৰিগৰাকী সমনীয়াৰ সৈতে ঘৰৰ সমীপত থকা কুণ্ডিল নৈত গা ধুবলৈ গৈছিল চুহানি...