তেজপুৰ: পাতিদৈ ভেৰেলা গাঁৱত উপস্থিত হৈ ঢেঁকীপেলোৱাৰ পৰা পাতিদৈ ভেৰেলা সংযোগী পথ পৰিদৰ্শন কৰে বিধায়ক গনেশ কুমাৰ লিম্বুৱে
Tezpur, Sonitpur | Aug 23, 2025
শনিবাৰে দিনৰ ২ বাজি ৩০ মিনিটত পাতিদৈ ভেৰেলা গাঁৱত উপস্থিত হয় বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু ৷ উক্ত গাঁৱখনত ...