বুথে বুথে দলীয় ভেটি আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে নৱগঠিত বকো-ছয়গাঁও সমষ্টিৰ বকো মণ্ডলৰ ৩৮ নং দক্ষিণ পূব লুকী পঞ্চায়তৰ অন্তৰ্গত ১৩৭ নং বুথৰ হাহিমত বুথ সভাপতি উত্তম থাপা ডাঙৰীয়াৰ উপস্থিতিত এখন দলীয় সাংগঠনিক সভাত ৰাজ্যিক BJPৰ ST মৰ্চাৰ উপ-সভাপতি ৰাজু মেছৰ।