উত্তৰ লক্ষীমপুৰ: নগৰৰ চি ডি ৰোডৰ চৰাইদেউ নগৰ পথত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ ,যাতায়তৰ সমস্যা ৰাইজৰ
এজাক বৰষুনতে উত্তৰ লখিমপুৰত হাহাকাৰ পৰিবেশ সৃষ্টি হয় মঙ্গলবাৰে ৷ উত্তৰ লখিমপুৰ নগৰ চি ডি ৰোডৰ চৰাইদেউ নগৰ পথত মঙ্গলবাৰে এজাক বৰষুণতে কৃত্ৰিম বান সৃষ্টি হোৱাত এক হাহাকাৰ পৰিবেশ সৃষ্টি হয় । উক্ত পথেৰে যাতায়ত কৰাত সমস্যাত পৰিছে অঞ্চলবাসী ৰাইজৰ ।