সোণাৰি: জিলাত অবৈধ চুলাই মদৰ ঘাটি বন্ধ কৰিবলৈ জিলা প্ৰশাসনক সোণাৰিত দাবী জনালে আটছাৰ জিলা সভাপতিয়ে
Sonari, Charaideo | Jun 14, 2025
চৰাইদেউ জিলাৰ বাগিচা অঞ্চলত অবৈধভাৱে চুলাই মদ উৎপাদন আৰু বিক্ৰী কৰা ঘাটিসমূহ তৎক্ষণাৎ বন্ধ কৰিবলৈ জিলা প্ৰশাসনক আজি...