ডিফু: তাৰালাংচত অসম জনজাতি সাংস্কৃতিক মহা সভাত তৃতীয় বৰ্ষপূৰ্তি পালন, উপস্থিত কাকৰ ইএম সূৰ্য ৰংফাৰ আৰু ডি উফিং মাছলাই
মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত তাৰালাংৰ কাৰ্বি সাংস্কৃতিক প্ৰকল্পত অসম সাংস্কৃতিক মহা সভাৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰা হয় ৷ এই উপলক্ষে আয়োজিত মুকলি সভাত সাংস্কৃতিক মহা সভাৰ বিভিন্ন অভাৱ-অভিযোগবোৰৰ ওপৰত আলোচনা কৰাৰ লগতে মহা সভাৰ পৰৱৰ্তী কাৰ্যপন্থাৰ ওপৰতো বিস্তৃত ভাৱে আলোচনা কৰা হয় ৷ উক্ত সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম সূৰ্য ৰংফাৰ, ডি উফিং মাচলাই, কেচিএছৰ সভাপতি হোমছিং বে, সাধাৰণ সম্পাদক সুনিল টকবী, প্ৰাক্তন সভাপতি চন্দ্ৰছিং ক্ৰ'