টিংখং: জকাই হৰেঘাটত অবৈধ ভাৱে বালি খননক লৈ উত্তাল পৰিস্থিতি, বালি মহলদাৰৰ সৈতে স্থানীয় ৰাইজৰ সৃষ্টি হয় তুমুল বাক-বিতণ্ডা
Tingkhong, Dibrugarh | Aug 1, 2025
ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল জকাই হৰেঘাটত বুঢ়ীদিহিং নদীত বালি খননক লৈ উত্তাল পৰিৱেশ। হৰেঘাট ভৰালীবাৰী অঞ্চলৰ বুঢ়ীদিহিং নদীত...