পলাশবাৰী: বাটৰহাটত আত্মনির্ভৰশীল ভাৰত সংকল্প অভিযানৰ ৰামপুৰ মণ্ডল কৰ্মশালাত উপস্থিত বিধায়ক হেমাংগ ঠাকুৰীয়া
বাটৰহাট পূজা মণ্ডপত অনুষ্ঠিত আত্মনির্ভৰশীল ভাৰত সংকল্প অভিযানৰ ৰামপুৰ মণ্ডল কৰ্মশালাত উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া। আজিৰ উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় বিষয়ববীয়া আৰু কাৰ্যকর্তা সকল উপস্থিত থাকে।