বিহপুৰীয়া: SIR ক লৈ শংকিত আমছু, সোনাপুৰত মন্তব্য আমছুৰ কাৰ্যকৰী সভাপতি ৰ
SIR ক লৈ শংকিত আমছু। এই NF কি? NF ৰ জড়িয়তে কোনে কাক D ভোটাৰ সজোৱাৰ ষড়যন্ত্ৰ কৰিব পাৰে? SIR ক লৈ আমছুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ আহমেদে মঙ্গলবাৰে লখিমপুৰ জিলাৰ সোনাপুৰত বিস্ফোৰক মন্তব্য আগবঢ়াই।