গুৱাহাটী: তদন্ত শেষ হোৱাৰ পিছতহে দোষী কোন ওলাব, তাৰ পূৰ্বে কাকো দোষাৰোপ কৰিব নালাগে,জিএমচিএইচত কণিষ্ঠ চিকিৎসক সংস্থাৰ প্ৰতিক্ৰিয়া
Guwahati, Kamrup Metropolitan | Aug 22, 2025
শুকুৰবাৰে জিএমচিএইচত কণিষ্ঠ চিকিৎসক সংস্থাই নৱজাতক মৃত্যুৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।...