নাহৰকটীয়া: চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অংশগ্ৰহণ কৰিলে বিধায়ক তৰংগ গগৈয়ে
নাহৰকটীয়া আৰক্ষী থানাৰ নাগৰিক সমিতিৰ উদ্যোগত, গাঁওৰক্ষী বাহিনী আৰু আঞ্চলিক ৰাইজৰ সহযোগত আজি চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যুৱক-যুৱতী আৰু অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠিত হ'ল “ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা। সভাত অংশগ্ৰহন কৰিলে বিধায়ক তৰংগ গগৈয়ে