বকো: বকোত হিয়াৰ আমঠু অমৃতকণ্ঠ জুবিন গাৰ্গদেৱৰ প্ৰতিমুৰ্তিৰ আধাৰশিলা স্থাপন
Boko, Kamrup | Nov 29, 2025 বকোত হিয়াৰ আমঠু অমৃতকণ্ঠ জুবিন গাৰ্গদেৱৰ প্ৰতিমুৰ্তিৰ আধাৰশিলা স্থাপন। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নিশা বিভিন্ন প্ৰান্তৰ শিল্পীয়ে গীত পৰিৱেশন কৰে।