ধেমাজি: অসম আহি পালেহি হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ ,জুবিন গাৰ্গৰ মৃত্যুক শ্ৰদ্ধা ও সম্মান জনায় ধেমাজিত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ
অসম আহি পালেহি হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ নষ্টৰ দেহ জুবিন গাৰ্গ মৃত্যুক শ্ৰদ্ধা ও সম্মান জনায় সমগ্ৰ ধেমাজি নগৰত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ অসমৰ অসমীয়া হিয়াৰ আঁমঠু জুবিন গাৰ্গ ৰ অকাল মৃত্যু ত শোকস্তব্ধ ধেমাজিটো হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনাৰ্থে ধেমাজি নগৰত স্বতঃস্ফুৰ্তভাৱে দোকান আজিও বন্ধ কৰিলে ব্যৱসায়ি সকলে । সমান্তৰালভাৱে বিভিন্ন