সোণাৰি: সোণাৰিত বিষাক্ত সাপ উদ্ধাৰ,প্ৰকৃতি প্ৰেমী তথা সৰ্পবন্ধু ৰবিন বাইলোঙে সাপডাল উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক
চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ অন্তৰ্গত নগৰখনৰ কাষৰে এটা অঞ্চলত এডাল দুষ্প্ৰাপ্য সাপ উদ্ধাৰ কৰা হয়। সাপটো এজন লোকৰ বাসগৃহত উদ্ধাৰ কৰা হয়। এটা প্ৰকাণ্ড আৰু অতি বিষাক্ত শংখচূড় সাপ উদ্ধাৰ কৰা হয়। সাপটো অতি দুষ্প্ৰাপ্য আৰু বিষাক্ত সাপ বুলি জানিব পৰা গৈছে। নিজ বাসগৃহত সাপডাল প্ৰৱেশ কৰাত লোকজন সংকিত হৈ পৰে। স্থানীয় প্ৰকৃতি প্ৰেমী তথা সৰ্পবন্ধু ৰিবিন বাইলোঙক খবৰ দিয়াত কিছু সময়ত ৰবিন বাইলোঙে উক্ত স্থানত উপস্থিত হৈ সাপদাল উদ্ধাৰৰ চেষ্টা চলাই আৰু অৱশেষত প্ৰকাণ্ড শংখচূড় সাপদ